সমললৈ যাওক

ঢ়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঢ় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঢ়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]
স্বৰবৰ্ণ 'ঢ়'ৰ লগত যোগ হ'লে
ঢ়
ঢ়া
ঢ়ি
ঢ়ী
ঢ়ু
ঢ়ূ
ঢ়ৃ
ঢ়ে
ঢ়ৈ
ঢ়ো
ঢ়ৌ

'ঢ়'যুক্ত শব্দ

[সম্পাদনা কৰক]
  • বুঢ়া
  • বঢ়নি
  • বাঢ়নী
  • কঢ়িয়া
  • বঢ়নি আদি।

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ