সমললৈ যাওক

ঢ়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঢ় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঢ়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]
স্বৰবৰ্ণ'ঢ়'ৰ লগত যোগ হ'লে
অঢ়
আঢ়া
ইঢ়ি
ঈঢ়ী
উঢ়ু
ঊঢ়ূ
ঋঢ়ৃ
এঢ়ে
ঐঢ়ৈ
ওঢ়ো
ঔঢ়ৌ

'ঢ়'যুক্ত শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]
  • বুঢ়া
  • বঢ়নি
  • বাঢ়নী
  • কঢ়িয়া
  • বঢ়নি

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ