অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ট'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ট' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ট'ৰ লগত যোগ হ'লে
টা
টি
টী
টু
টূ
টৃ
টে
টৈ
টো
টৌ

যুক্তবৰ্ণ (ট যোগ)[সম্পাদনা কৰক]

ট + ট = ট্ট = অট্টালিকা
ট + ব = ট্ব
ট + য = ট্য = নাট্যকাৰ
ট + ৰ = ট্ৰ = ট্ৰাক

  • টকা
  • টকল
  • টাং-গুট

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ