অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৯ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঝ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঝ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ঝ'ৰ লগত যোগ হ'লে
ঝা
ঝি
ঝী
ঝু
ঝূ
ঝৃ
ঝে
ঝৈ
ঝো
ঝৌ

'ঝ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • ঝংকাৰ
  • ঝাও
  • ঝাঁও
  • ঝমক
  • ঝিঞা
  • ঝাড়ু‌ আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ