অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ষ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ষ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ষ'ৰ লগত যোগ হ'লে
ষা
ষি
ষী
ষু
ষূ
ষৃ
ষে
ষৈ
ষো
ষৌ

যুক্তবৰ্ণ (ষ যোগ)[সম্পাদনা কৰক]

ষ্ + ক = ষ্ক = শুষ্ক
ষ্ + ট = ষ্ট = কষ্ট
ষ্ + ঠ = ষ্ঠ = ওঁষ্ঠ
ষ্ + ণ = ষ্ণ = উষ্ণতা
ষ্ + প = ষ্প = পুষ্প
ষ্ + ফ = ষ্ফ = নিষ্ফল
ষ্ + ম = ষ্ম = উষ্ম
ষ্ + য় = ষ্য = বিশেষ্য

'ষ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • ষটপদ
  • ষট্‌ত্ৰিংশ
  • ষষ্ঠ
  • ষণ্ড
  • ষষ্ঠিক আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ