ষ
অৱয়ব
ষ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ষ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ষ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'ষ'ৰ লগত যোগ হ'লে |
---|---|
অ | ষ |
আ | ষা |
ই | ষি |
ঈ | ষী |
উ | ষু |
ঊ | ষূ |
ঋ | ষৃ |
এ | ষে |
ঐ | ষৈ |
ও | ষো |
ঔ | ষৌ |
যুক্তবৰ্ণ (ষ যোগ)
[সম্পাদনা কৰক]ষ্ + ক = ষ্ক = শুষ্ক
ষ্ + ট = ষ্ট = কষ্ট
ষ্ + ঠ = ষ্ঠ = ওঁষ্ঠ
ষ্ + ণ = ষ্ণ = উষ্ণতা
ষ্ + প = ষ্প = পুষ্প
ষ্ + ফ = ষ্ফ = নিষ্ফল
ষ্ + ম = ষ্ম = উষ্ম
ষ্ + য় = ষ্য = বিশেষ্য
'ষ'ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- ষটপদ
- ষট্ত্ৰিংশ
- ষষ্ঠ
- ষণ্ড
- ষষ্ঠিক আদি।
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ