স
অৱয়ব
স |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
স অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'স'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'স' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'স'ৰ লগত যোগ হ'লে |
|---|---|
| অ | স |
| আ | সা |
| ই | সি |
| ঈ | সী |
| উ | সু |
| ঊ | সূ |
| ঋ | সৃ |
| এ | সে |
| ঐ | সৈ |
| ও | সো |
| ঔ | সৌ |
যুক্তবৰ্ণ (স যোগ)
[সম্পাদনা কৰক]স্ + ক = স্ক = ভাস্কৰ
স্ + খ = স্খ = স্খলন
স্ + ত = স্ত = স্তৰ
স্ + থ = স্থ = স্থান
স্ + ন = স্ন = স্নান
স্ + প = স্প = স্পৰ্শ
স্ + ফ = স্ফ = স্ফটিক
স্ + ব = স্ব = স্বাগতম
স্ + ম = স্ম = স্মৰণ
স্ + ৰ = স্ৰ = স্ৰোত
'স'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ