ঐ
অৱয়ব
ঐ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ঐ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ নৱম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঐ এটা দ্বিস্বৰ, ঐ=অ+ই।[2] ব্ৰেইল্ত 'ঐ'-ক এনেদৰে
লিখা যায়।[3]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঐ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঐ'ৰ গৌণ প্ৰতীক। 'ঐ'ৰ এই ৰূপ হ'ল 'ৈ'।[4] যেনে - ক্+ঐ=কৈ আদি।
ইউনিক’ড
[সম্পাদনা কৰক]| ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[5] |
|---|---|---|---|---|
| স্বতন্ত্ৰ ৰূপ | ঐ | ঐ | U+0990 |
BENGALI LETTER AI |
| গৌণ ৰূপ | ৈ | ৈ | U+09C8 |
BENGALI VOWEL SIGN AI |
'ঐ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]ঐ-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ অসমীয়া বৰ্ণমালা-- স্বৰবৰ্ণৰ মতে
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক’ড তালিকা (পি.ডি.এফ.)