ৎ
ৎ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ৎ (খণ্ড ত) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৮ নং আখৰ। ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা বাহিৰ হোৱা বায়ু মুখত ক’ৰবাত নহয় ক’ৰবাত আঘাট হয়। [1]
'ৎ'যুক্ত শব্দ[সম্পাদনা কৰক]
- উৎসৱ
- উৎসাহ
- উৎপল
- মৎস্য আদি।
তথ্য সূত্ৰ[সম্পাদনা কৰক]
- ↑ xobdo.orgত ব্যঞ্জনবৰ্ণ অনুসন্ধান কৰোঁতে পোৱা।