প
অৱয়ব
প |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
প অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'প'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'প' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ত'ৰ লগত যোগ হ'লে |
|---|---|
| অ | প |
| আ | পা |
| ই | পি |
| ঈ | পী |
| উ | পু |
| ঊ | পূ |
| ঋ | পৃ |
| এ | পে |
| ঐ | পৈ |
| ও | পো |
| ঔ | পৌ |
যুক্তবৰ্ণ (প যোগ)
[সম্পাদনা কৰক]প্ + ট = প্ট = কেপ্টেইন
প্ + ত = প্ত = উত্তপ্ত
প্ + ন = প্ন = স্বপ্ন
প্ + য় = প্য = প্ৰাপ্য
প্ + ৰ = প্ৰ = প্ৰাণ
প্ + ল = প্ল = প্লাৱন
প্ + স = প্স = লিপ্সা
'প'ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ