অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'প'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'প' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ত'ৰ লগত যোগ হ'লে
পা
পি
পী
পু
পূ
পৃ
পে
পৈ
পো
পৌ

যুক্তবৰ্ণ (প যোগ)[সম্পাদনা কৰক]

প + ট = প্ট = কেপ্টেইন
প + ত = প্ত = উত্তপ্ত
প + ন = প্ন = স্বপ্ন
প + য = প্য = প্ৰাপ্য
প + ৰ = প্ৰ = প্ৰাণ
প + ল = প্ল = প্লাৱন
প + স = প্স = লিপ্সা

'প'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ