ই
অৱয়ব
ই |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ই অসমীয়া লিপিৰ স্বৰবৰ্ণৰ তৃতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ই'ও এটি স্বৰধ্বনি, সেয়েহে 'ই' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ই'-ক এনেদৰে লিখা যায়।[2]
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ই'ৰ গৌণ প্ৰতীক। 'ই'ৰ এই ৰূপ হ'ল 'ি'।[3] যেনে ক্+ই=কি আদি।
ইউনিক’ড
[সম্পাদনা কৰক]ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | ই | ই | U+0987 |
BENGALI LETTER I |
গৌণ ৰূপ | ি | ি | U+09BF |
BENGALI VOWEL SIGN I |
'ই' পৰা আৰম্ভ হোৱা শব্দ
[সম্পাদনা কৰক]কিছু উদাহৰণ হ'ল :-
ই-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- কি
- নিশা
- বিমান
- চিন
- ভিন
- সি
- ঠিক
- শিবিৰ
- চিনাক্ত
- কিমান
- ঘিলামৰা
- ঠিকনা
- মিত্ৰতা
- চিন্তা
- ধিক্কাৰ
- বিভিন্ন
- ঘিলা
- কিন্তু
- চিলাৰায়
- দিয়া
- হিন্দু
- বিশ্বনাথ
- ৱিকিপিডিয়া
- যিমান
- ছিৰাজ
- নিৰ্মাণ
- মিত্ৰ
- বিশ্ব
- পৃথিৱী আদি।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ http://xobdo.org/article/L0103
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)