ব
অৱয়ব
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ ব চাওক।
ব |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ব অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ব'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ব' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ব'-ক এনেদৰে
লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ব'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ব |
| আ | বা |
| ই | বি |
| ঈ | বী |
| উ | বু |
| ঊ | বূ |
| ঋ | বৃ |
| এ | বে |
| ঐ | বৈ |
| ও | বো |
| ঔ | বৌ |
যুক্তবৰ্ণ (ব যোগ)
[সম্পাদনা কৰক]ব্ + জ = ব্জ = কব্জা
ব্ + দ = ব্দ = অব্দ
ব্ + ধ = ব্ধ = ক্ষুব্ধ
ব্ + ব = ব্ব = আব্বা
ব্ + য = ব্য = গন্তব্য
ব্ + ৰ = ব্ৰ = ব্ৰমিন
ব্ + ল = ব্ল = ব্লগ
ব্ + ৰ + উ = ব্ৰু = বব্ৰুবাহন
'ব'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]ইউনিক’ড
[সম্পাদনা কৰক]| চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[3] |
|---|---|---|---|
| ব | ব | U+09AC |
BENGALI LETTER BA |
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)