থ
অৱয়ব
থ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
থ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'থ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'থ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'থ'ৰ লগত যোগ হ'লে |
---|---|
অ | থ |
আ | থা |
ই | থি |
ঈ | থী |
উ | থু |
ঊ | থূ |
ঋ | থৃ |
এ | থে |
ঐ | থৈ |
ও | থো |
ঔ | থৌ |
যুক্তবৰ্ণ (থ যোগ)
[সম্পাদনা কৰক]থ্ + য = থ্য = পথ্য
'থ'ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- থকা
- থান
- থাপনা
- থাইলেণ্ড আদি।
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ