ধ
অৱয়ব
ধ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ধ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ধ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ধ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ধ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ধ |
| আ | ধা |
| ই | ধি |
| ঈ | ধী |
| উ | ধু |
| ঊ | ধূ |
| ঋ | ধৃ |
| ৠ | ধৄ |
| এ | ধে |
| ঐ | ধৈ |
| ও | ধো |
| ঔ | ধৌ |
যুক্তবৰ্ণ (ধ যোগ)
[সম্পাদনা কৰক]ধ্ + ব = ধ্ব = ধ্বজ
ধ্ + য = ধ্য = বাধ্য
ধ্ + ৰ + উ = ধ্ৰু = ধ্ৰুৱ
'ধ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ