ঃ
অৱয়ব
ঃ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ঃ (বিসৰ্গ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪০ নং আখৰ।

' ঃ'যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- উঃআঃ
- মনঃপূত
- মনঃস্তাত্বিক
- বাঃবাঃ
- হাঃহাঃ