সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'জ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'জ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]
স্বৰবৰ্ণ 'জ'ৰ লগত যোগ হ'লে
জা
জি
জী
জু
জূ
জৃ
জে
জৈ
জো
জৌ

যুক্তবৰ্ণ (জ যোগ)

[সম্পাদনা কৰক]

জ্ + জ = জ্জ = লজ্জা
জ্ + জ্ + ব = জ্জ্ব = উজ্জ্বল
জ্ + ঞ = জ্ঞ = বিজ্ঞান
জ্ + ব = জ্ব = জ্বালা
জ্ + য = জ্য = ৰাজ্য
জ্ + ৰ = জ্ৰ = বজ্ৰ

'জ'ৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]
  • জয়মতী
  • জলকীয়া
  • জাহাজ
  • জাল
  • জাঁপি
  • জাঁপ
  • জয়ন্তীয়া
  • জিলা
  • জোনাক
  • জালুক
  • জেল
  • জাকৈ
  • জোখ-মাপ
  • জালুকনিবাৰী
  • জোক
  • জলপান
  • জেং

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ