ঠ
অৱয়ব
ঠ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ঠ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ঠ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঠ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ঠ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ঠ |
| আ | ঠা |
| ই | ঠি |
| ঈ | ঠী |
| উ | ঠু |
| ঊ | ঠূ |
| ঋ | ঠৃ |
| এ | ঠে |
| ঐ | ঠৈ |
| ও | ঠো |
| ঔ | ঠৌ |
যুক্তবৰ্ণ (ঠ যোগ)
[সম্পাদনা কৰক]ঠ + য = ঠ্য = পাঠ্য
'ঠ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ঠগা
- ঠগন
- ঠগ
- ঠটমট
- ঠঙনা
- ঠিকনা
- ঠিক
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ