আ
অৱয়ব
আ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
আ (IPA:a) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে
লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'আ'ৰ গৌণ প্ৰতীক। 'আ'ৰ এই ৰূপ হ'ল 'া'।[3] যেনে ক্+আ=কা আদি।
ইউনিক’ড
[সম্পাদনা কৰক]| ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
|---|---|---|---|---|
| স্বতন্ত্ৰ ৰূপ | আ | আ | U+0986 | BENGALI LETTER AA |
| গৌণ ৰূপ | া | া | U+09BE | BENGALI VOWEL SIGN AA |
'আ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]আ-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage Archived 2014-09-08 at the Wayback Machine, UNESCO, 2013
- ↑ http://xobdo.org/article/L0102
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)