য
অৱয়ব
য |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
য অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'য'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'য' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'য'ৰ লগত যোগ হ'লে |
|---|---|
| অ | য |
| আ | যা |
| ই | যি |
| ঈ | যী |
| উ | যু |
| ঊ | যূ |
| ঋ | যৃ |
| এ | যে |
| ঐ | যৈ |
| ও | যো |
| ঔ | যৌ |
ব্যঞ্জনবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]- ক্য
- খ্য
- গ্য
- ঘ্য
- ঙ্য
- চ্য
- ছ্য
- জ্য
- ঝ্য
- ঞ্য
- ট্য
- ঠ্য
- ড্য
- ঢ্য
- ণ্য
- ত্য
- থ্য
- দ্য
- ধ্য
- ন্য
- প্য
- ব্য
- ভ্য
- ম্য
- য্য
- ৰ্য
- ল্য
- শ্য
- ষ্য
- স্য
- হ্য
- ড়্য
- ঢ়্য
- য়্য
'য'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- যোৰহাট
- যান
- যম
- যশ
- যখ
- যোগ
- যমুনা
- যুগ
- যৌৱন
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ