ঋ
অৱয়ব
ঋ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ঋ অসমীয়া স্বৰবৰ্ণমালাৰ সপ্তম আখৰ। 'ঋ'ৰ উচ্চাৰণ 'ৰি'ৰ দৰে।[1] ব্ৰেইল্ত 'ঋ'-ক এনেদৰে ![]()
লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঋ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঋ'ৰ গৌণ ৰূপ। 'ঋ'ৰ সেই ৰূপটো হ'ল 'ৃ'।[3] উদাহৰণ স্বৰূপে, ক্+ঋ=কৃ।
ইউনিক’ড
[সম্পাদনা কৰক]| ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
|---|---|---|---|---|
| স্বতন্ত্ৰ ৰূপ | ঋ | ঋ | U+098B |
BENGALI LETTER VOCALIC R |
| গৌণ ৰূপ | ৃ | ৃ | U+09C3 |
BENGALI VOWEL SIGN VOCALIC R |
'ঋ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]ঋ-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ 'অসমীয়া বৰ্ণমালা--স্বৰবৰ্ণ'ৰ মতে
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)