ড়
অৱয়ব
ড় |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ড় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ড়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ড়'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ড় |
| আ | ড়া |
| ই | ড়ি |
| ঈ | ড়ী |
| উ | ড়ু |
| ঊ | ড়ূ |
| ঋ | ড়ৃ |
| এ | ড়ে |
| ঐ | ড়ৈ |
| ও | ড়ো |
| ঔ | ড়ৌ |
'ড়'যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ভাড়া
- গঁড
- কড়ি
- গড়
- বড়গছ
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ