ড়
অৱয়ব
ড় |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ড় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ড়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'ড়'ৰ লগত যোগ হ'লে |
---|---|
অ | ড় |
আ | ড়া |
ই | ড়ি |
ঈ | ড়ী |
উ | ড়ু |
ঊ | ড়ূ |
ঋ | ড়ৃ |
এ | ড়ে |
ঐ | ড়ৈ |
ও | ড়ো |
ঔ | ড়ৌ |
'ড়'যুক্ত শব্দ
[সম্পাদনা কৰক]- ভাড়া
- গঁড
- কড়ি
- গড়
- বড়গছ আদি।
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ