এ
অৱয়ব
এ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
এ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ অষ্টম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'এ'ও এটি স্বৰধ্বনি, সেয়েহে 'এ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'এ'-ক এনেদৰে
লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'এ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'এ'ৰ গৌণ প্ৰতীক। 'এ'ৰ এই ৰূপ হ'ল 'ে'।[3] যেনে- ক্+এ=কে আদি।
ইউনিক’ড
[সম্পাদনা কৰক]| ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
|---|---|---|---|---|
| স্বতন্ত্ৰ ৰূপ | এ | এ | U+098F |
BENGALI LETTER E |
| গৌণ ৰূপ | ে | ে | U+09C7 |
BENGALI VOWEL SIGN E |
'এ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- এক
- এপ্ৰিল
- এণ্টাৰ্কটিকা
- এৰিষ্ট'টল
- এখন
- এগৰাকী
- এজন
- এটা
- এতিয়া
- এদিন
- এদিনীয়া
- এনেদৰে
- এবছৰ
- এবাৰ
- এমাহ
- এযোৰ
- এলেকা
- এলেহুৱা
এ-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ফেচবুক
- বেল
- ৰেখা
- ছেপ্টেম্বৰ
- নেপাল
- কেতিয়া
- খেল
- খেলুৱৈ
- খেতি
- খেজুৰ
- গেছ
- জেল
- ঠেঙাল
- তেওঁ
- তেল
- তেৰ
- দেশ
- পেশী
- ৰে'ল
- শেষ
- সেয়ে
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক’ড তালিকা (পি.ডি.এফ.)