সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঌ (লি) বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিছা হৈছে। ঌ বৰ্ণটো দেখাত প্ৰায় ৯ সংখ্যাটোৰ দৰে যদিও আকাৰৰ ক্ষেত্ৰত ই ৯-তকৈ সামান্য ডাঙৰ।

ইউনিক’ড

[সম্পাদনা কৰক]
ৰূপচিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ[1]
স্বতন্ত্ৰ ৰূপU+098CU+098CBENGALI LETTER VOCALIC L
গৌণ ৰূপU+09E2U+09E2BENGALI VOWEL SIGN VOCALIC L

আৰু চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]