ৰ
অৱয়ব
ৰ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ৰ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ৰ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ৰ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ৰ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ৰ |
| আ | ৰা |
| ই | ৰি |
| ঈ | ৰী |
| উ | ৰু/ৰু |
| ঊ | ৰূ/ৰূ |
| ঋ | ৰৃ |
| এ | ৰে |
| ঐ | ৰৈ |
| ও | ৰো |
| ঔ | ৰৌ |
যুক্তবৰ্ণ (ৰ যোগ)
[সম্পাদনা কৰক]'ৰ'ৰ লগত আন বৰ্ণ যুক্ত হ'লে 'ৰ' লুপ্ত হৈ পিছৰ বৰ্ণটোৰ ওপৰত ৰেফ ব্যৱহৃত হয়। যেনে -
ৰ্ + ক = ৰ্ক = তৰ্ক
ৰ্ + খ = ৰ্খ = মূৰ্খ
ৰ্ + গ = ৰ্গ = স্বৰ্গ ইত্যাদি
'ৰ'ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- ৰৌ মাছ
- ৰথ
- ৰং
- ৰজা
- ৰাজন
- ৰঞ্জন
- ৰোমান্টিক
- ৰবাব
- ৰাজ্য
- ৰঞ্জিত
- ৰক্তিম
- ৰক্ষা
- ৰণাঙ্গন
- ৰ'দ
- ৰক্তচাপ
- ৰুটি
- ৰাণী
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ