ব (বঙালী)
অৱয়ব
(বঙালী আখৰ বৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে ব চাওক।
ব (বঙালী লিপিত ব, আই-পি-এ:/bɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৩ সংখ্যক আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ব উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
[সম্পাদনা কৰক]আ-- বা
ই-- বি
ঈ-- বী
উ-- বু
ঊ-- বূ
ঋ-- বৃ
এ-- বে
ঐ-- বৈ
ও-- বো
ঔ-- বৌ
বৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- বঙালী (বংগ)
- বই (কিতাপ)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি