বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰিচয়[সম্পাদনা কৰক]

অসমীয়া সাহিত্যৰ লগতে ইংৰাজী সাহিত্যৰ প্ৰচুৰ জ্ঞানসম্পন্ন প্ৰাধ্যাপক, সাহিত্যিক বসন্ত কুমাৰ শৰ্মা ৰ সমগ্ৰ ৰচনাৰাজিক সামৰি বসন্ত কুমাৰ ৰচনাৱলী প্ৰকাশ পাইছে। বৰ্তমানলৈকে ইয়াৰ প্ৰকাশিত খণ্ডৰ সংখ্যা দুটা। দুয়োটা খণ্ডতে তেখেতৰ পাশ্চাত্য সাহিত্য সম্পৰ্কীয় ৰচনাৰাজি সন্নিৱিষ্ট হৈছে।[1] অজিৎ শইকীয়াৰ সম্পাদনাত সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা দুয়োটা খণ্ডৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় আগষ্ট ২০২১ত।

প্ৰথম খণ্ড[সম্পাদনা কৰক]

# ৰোমান্টিক কবিৰ কাব্যবিচাৰ[সম্পাদনা কৰক]

প্ৰথম অধ্যায়
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ মতে কবিতাৰ স্বৰূপ আৰু কবিৰ প্ৰকৃতি

দ্বিতীয় অধ্যায়

  • 'বায়োগ্ৰাফিয়া লিটাৰেৰিয়া' আৰু কোলেৰিজৰ কাব্যবিচাৰ

তৃতীয় অধ্যায়

  • শ্যেলীৰ কাব্যতত্ত্বঃ এটি বিশ্লেষণ

চতুৰ্থ অধ্যায়

  • কীট্ছৰ দৃষ্টিত কবিতা

# গ্ৰীক ট্ৰেজেডী আৰু চফ'ক্লিজ[সম্পাদনা কৰক]

প্ৰথম অধ্যায়

  • গ্ৰীক ট্ৰেজেডীঃ এটি পৰিচয়

দ্বিতীয় অধ্যায়

  • নাট্যকাৰ চফ'ক্লিজ

তৃতীয় অধ্যায়

  • ৰজা ইডিপাছঃ এটি চমু আলোচনা

# পাশ্চাত্য সাহিত্যঃ কবিতা[সম্পাদনা কৰক]

  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কাব্য-সম্ভাৰ আৰু ইয়াৰ ৰূপ-বৈচিত্ৰ্য
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কাব্য-জীৱনৰ বিভাগ
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কবিতাত বিবিধ প্ৰভাৱ
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ কবিতাৰ কেইটিমান প্ৰাসংগিক দিশ
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ লুচী কবিতাপুঞ্জ (Lucy Poems)
  • ওৱাৰ্ডছ্ওৱাৰ্থৰ দুটি প্ৰখ্যাত কবিতা

# টেনিচন আৰু ব্ৰাউনিঙৰ কবিতা[সম্পাদনা কৰক]

দ্বিতীয় খণ্ড[সম্পাদনা কৰক]

১) ইয়েটছ আৰু এলিয়টৰ কবিতা[সম্পাদনা কৰক]

২) বিবিধ প্ৰবন্ধ[সম্পাদনা কৰক]

৩) প্ৰাচীন ৰোমান সাহিত্য[সম্পাদনা কৰক]

৪) পাশ্চাত্য সাহিত্যৰ ৰেঙণি[সম্পাদনা কৰক]

৫) নাট্যকাৰ ইউৰিপিদিজ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী,প্ৰথম আৰু দ্বিতীয় খণ্ড, প্ৰথম প্ৰকাশ আগষ্ট,২০২১ সম্পাٜ ড০ অজিত শইকীয়া, প্ৰকাশক সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

[1]

  1. বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী,প্ৰথম আৰু দ্বিতীয় খণ্ড, প্ৰথম প্ৰকাশ আগষ্ট,২০২১ সম্পাٜ ড অজিৎ শইকীয়া, প্ৰকাশক সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে