সমললৈ যাওক

বহুকোষী জীৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে।[1]

কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ। বিশেষকৈ সকলো প্ৰজাতিৰ প্ৰাণী, স্থলজ উদ্ভিদ, ফিলামেণ্টযুক্ত ভেঁকুৰ আৰু বহুতো শেলাই বহুকোষী। ডাইক্ট'ষ্টেলিয়ামৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।

বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।

বিৱৰ্তন

[সম্পাদনা কৰক]

বৰ্তমানৰ পৰা প্ৰায় ৩০-৩৫ নিযুত বছৰ আগতেই কাইনবেক্টেৰিয়া-সদৃশ বহুকোষী জীৱ থকাৰ প্ৰমাণ পোৱা গৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]