বাংলাদেশৰ টেলিভিছন চেনেলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাংলাদেশত প্ৰথম টেলিভিছন সম্প্ৰচাৰ আৰম্ভ হয় ১৯৬৪ চনত। বাংলাদেশৰ প্ৰথম সম্প্ৰচাৰিত চৰকাৰী মালিকানাধীন টেলিভিছন চেনেল হ'ল বাংলাদেশ টেলিভিছন, যি প্ৰথমতে পাকিস্তান টেলিভিছন (পিটিভি) নামেৰে জনাজাত আছিল। ১৯৬৪ চনৰ পৰা ১৯৯৭ চনলৈ বিটিভিয়ে দেশৰ একমাত্ৰ টেলিভিছন চেনেল হিচাপে একান্তভাৱে সম্প্ৰচাৰ কৰিছিল। বৰ্তমান বাংলাদেশত ৪৫টা অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যক্তিগত টেলিভিছন চেনেল আছে [1] ইয়াৰে ৩৫টা সম্প্ৰচাৰিত। [2]

ৰাষ্ট্ৰীয় চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
বাংলাদেশ টেলিভিছন ২৫ ডিচেম্বৰ, ১৯৬৪
বিটিভি চট্টগ্ৰাম ১৯ ডিচেম্বৰ, ১৯৯৬
বিটিভি ৱাৰ্ল্ড ১১ এপ্ৰিল, ২০০৪
সংসদ বাংলাদেশ টেলিভিছন ২৫ জানুৱাৰী, ২০১১

বেচৰকাৰী চেনেল[সম্পাদনা কৰক]

বিনোদনধৰ্মী চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
এটিএন বাংলা ১৫ জুলাই, ১৯৯৭
চেনেল আই ০১ অক্টোবৰ, ১৯৯৯
একুশে টেলিভিশন ১৪ এপ্ৰিল, ২০০০
এনটিভি ০৩ জুলাই, ২০০৩
আৰ টিভি ২৬ ডিচেম্বৰ, ২০০৫
বৈশাখী টিভি ২৭ ডিচেম্বৰ, ২০০৫
বাংলাভিছন ৩১ মাৰ্চ, ২০০৬
মাই টিভি ১৫ এপ্ৰিল, ২০১০
মোহনা টিভি ১১ নৱেম্বৰ, ২০১০
৩০ জুলাই, ২০১১
চেনেল নাইন ৩০ জানুৱাৰী, ২০১২
জিটিভি ১২ জুন, ২০১২
এছিয়ান টিভি ১৮ জানুৱাৰী, ২০১৩
এছএ টিভি ১৯ জানুৱাৰী, ২০১৩
বিজয় টিভি ৩১ মে’, ২০১৩
দীপ্ত টিভি ১৮ নৱেম্বৰ, ২০১৫
বাংলা টিভি ১৯ মে’, ২০১৭
নাগৰিক টিভি ১ মাৰ্চ, ২০১৮
আনন্দ টিভি ১১ মাৰ্চ, ২০১৮
গ্ল’বেল টেলিভিছন ৩০ জুন, ২০২২
গ্ৰীণ টিভি ১৯ মে’, ২০২৩

সংবাদ ভিত্তিক চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
দেশ টিভি ২৬ মাৰ্চ, ২০০৯
এটিএন নিউজ ০৭ জুন, ২০১০
সময় টিভি ১৭ এপ্ৰিল, ২০১১
ইণ্ডিপেণ্ডেণ্ট টেলিভিছন ২৮ জুলাই, ২০১১
চেনেল টুৱেণ্টিফোৰ ২৪ মে’, ২০১২
একাত্তৰ টিভি ২১ জুন, ২০১২
যমুনা টিভি ৫ এপ্ৰিল, ২০১৪
নিউজ টুৱেণ্টিফোৰ ২৮ জুলাই, ২০১৬
ডিবিচি নিউজ ২১ ছেপ্টেম্বৰ, ২০১৬

সংগীত চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
গান বাংলা ১৬ ডিচেম্বৰ, ২০১৩

শিশু চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
দুৰন্ত টিভি ৫ অক্টোবৰ, ২০১৭

ক্ৰীড়া চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
টি স্পৰ্টছ ৯ নৱেম্বৰ, ২০২০

নন-ফিকচন চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
নেক্সাছ টেলিভিছন ৩০ জুলাই, ২০২১

বাণিজ্যিক চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত
এখন টিভি ৯ জুন, ২০২২

বৰ্তমান বন্ধ হোৱা চেনেল[সম্পাদনা কৰক]

নাম স্থাপিত স্থগিত
চিএছবি নিউজ ২৪ মাৰ্চ, ২০০৭ ৬ ছেপ্টেম্বৰ, ২০০৭
দিগন্ত টেলিভিছন ২৮ আগষ্ট, ২০০৮ ৬ মে’, ২০১৩
চেনেল ৱান ২৪ জানুৱাৰী, ২০০৬ ২৭ এপ্ৰিল, ২০১০
ইছলামিক টিভি এপ্ৰিল, ২০০৭ ৬ মে’, ২০১৩
চেনেল ছিক্সটিন ১৬ ডিচেম্বৰ, ২০১১ ২ ডিচেম্বৰ, ২০১৪

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "দেশে অনুমোদিত বেসৰকাৰি টিভি চ্যানেলেৰ সংখ্যা ৪৪টি" (bn ভাষাত). বাংলা ট্ৰিবিউন. Archived from the original on ২০১৯-১১-২০. https://web.archive.org/web/20191120230233/http://www.banglatribune.com/national/news/298471/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%AE%E0%A7%8B%E0%A6%A6%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%87%E0%A6%B8%E0%A6%B0%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A6%BF-%E0%A6%9F%E0%A6%BF%E0%A6%AD%E0%A6%BF-%E0%A6%9A%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%B0-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE-%E0%A7%AA%E0%A7%AA%E0%A6%9F%E0%A6%BF। আহৰণ কৰা হৈছে: 2020-12-03. 
  2. "তালিকা ধৰে চ্যানেল দেখানোৰ নিৰ্দেশনা ক্যাবল অপাৰেটৰদেৰ" (bn ভাষাত). banglanews24.com. Archived from the original on ২০২১-০৩-০৩. https://web.archive.org/web/20210303121040/https://m.banglanews24.com/information-technology/news/bd/743509.details। আহৰণ কৰা হৈছে: 2020-12-03.