বাংলা আখৰ অ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

(বাংলা লিপিত অ) বাংলা স্বৰবৰ্ণমালাৰ প্ৰথম আখৰ।[1] ই এক স্বৰবৰ্ণ, অৰ্থাৎ এই আখৰ উচ্চাৰণ কৰোতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত বাধিত নহয়।

এই স্বৰবৰ্ণৰ স্বৰচিহ্ন[সম্পাদনা কৰক]

ব্যঞ্জনবৰ্ণ যেনে ক, খ, গৰ সৈতে এই বৰ্ণ যংযুক্ত হৈ থাকে। সেয়ে এই বৰ্ণ স্বৰবৰ্ণৰ সৈতে যোগ হ'লে কোনো অন্য চিনৰ প্ৰয়োগ নহয়। যেনে ক+অ=ক।

অৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • অমৰ (অমৰ)
  • অসম (অসম)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি