ক (বঙালী)
অৱয়ব
(বাংলা আখৰ কৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে ক চাওক।
ক (বঙালী লিপিত ক) বঙালী ব্যঞ্জনবৰ্ণমালাৰ প্ৰথম আখৰ।[1] ক এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ক উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰবৰ্ণৰ সৈতে যোগ হ'লে
[সম্পাদনা কৰক]আ-- কা
ই-- কি
ঈ-- কী
উ-- কু
ঊ-- কূ
ঋ-- কৃ
এ-- কে
ঐ-- কৈ
ও-- কো
ঔ-- কৌ
কৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- কৰ (হাত)
- কাম (কাম)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি