ঙ (বঙালী)
অৱয়ব
(বাংলা আখৰ ঙৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে ঙ চাওক।
ঙ (বঙালী লিপিত ঙ, আই-পি-এ:/ŋɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৫ম আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঙ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
[সম্পাদনা কৰক]আ-- ঙা
ই-- ঙি
ঈ-- ঙী
উ-- ঙু
ঊ-- ঙূ
ঋ-- ঙৃ
এ-- ঙে
ঐ-- ঙৈ
ও-- ঙো
ঔ-- ঙৌ
ঙৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি