বাল্য নিকেতন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বাল্য নিকেতন অসমযোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান অঞ্চলৰ এখন শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানখন বেচৰকাৰী খণ্ডৰ। স্থানীয় ৰাইজৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানখনে টীয়কৰ শিক্ষাখণ্ডলৈ বৰঙণি আগবঢ়াইছে। এই বিদ্যালয়ত প্ৰাক্ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক (দশম শ্ৰেণী) পৰ্যায়লৈকে শিক্ষা প্ৰদান কৰা হয়। অসম মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠানটোৰ পৰা প্ৰতি বছৰেই ১০০% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ লগতে ২০২১ বৰ্ষলৈকে তিনিজন ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]