বাৰ্তা:অসমীয়া সাহিত্য জগতত শঙ্কৰদেৱৰ অৱদান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোনে লিখিছে ? এইখিনি কথা বেলেগকৈ প্ৰবন্ধ কৰি নিলিখিলেও হয়। শ্ৰীমন্ত শংকৰদেৱ প্ৰবন্ধটোতে বেলেগ পৰিচ্ছেদ কৰি ভৰাই দিব পাৰে। পৃষ্ঠাখন বিলোপনৰ বাবে টেগ্‌ কৰা হ'ব। Gitartha.bordoloi 18:00, 27 ডিচেম্বৰ 2011 (UTC)

Anjana Tamuli বাইদেয়ে লিখিছে| তেখেতে আজি এই প্ৰবন্ধৰ যোগেদি ৱিকি যাত্ৰা আৰম্ভ কৰিছে| প্ৰবন্ধটো পিছত আমি প্ৰয়োজনমতে সালসলনি কৰিম| এতিয়া ডিলিট নকৰিবা| দুদিনমান পিছত স্থানান্তৰ কৰিব লাগিব| প্ৰবন্ধটো অলপ দিঘলীয়া হ’ব| সেয়ে এটা নতুন পৃষ্ঠা হিচাপে ৰাখিব পাৰি নেকি চাবা| ৱিকি গোটত এবাৰ চোৱাচোন| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 18:08, 27 ডিচেম্বৰ 2011 (UTC)

আলোচনা কৰিবৰ বাবেই মই টেগ্‌ কৰা নাছিলোঁ। আৰু দুজনমানে গোটত মন্তব্য কৰি লওক। Gitartha.bordoloi 18:21, 27 ডিচেম্বৰ 2011 (UTC)
ভাল তেন্তে| অলপ আগবাঢ়িলেই আমি ঠিক ঠাক কৰি দিম| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 18:25, 27 ডিচেম্বৰ 2011 (UTC)
ঠিক আছে, মই উপযুক্ত টেগ এটা (merge to) লগাই দিছোঁ। প্রভাকৰ শৰ্মা নেওগ 05:18, 31 ডিচেম্বৰ 2011 (UTC)