বাৰ্তা:অসমৰ কাঁহ শিল্প
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 1 বছৰৰ পূৰ্বে by 2409:40E6:3F:3C35:8000:0:0:0 in topic অসমৰ কাঁহ শিল্প
প্ৰবন্ধটো নাম অসমৰ কাঁহ শিল্প ৰূপে ৰাখিলেহে ভাল হ’ব নেকি? যিহেতু প্ৰবন্ধটোত বেছিভাগ অসমৰ কথাই সন্নিবিষ্ট কৰা হৈছে? মতামত আহ্বান কৰা হ’ল| বিষ্ণু শইকীয়াবাৰ্তা 15:53, 6 এপ্ৰিল 2012 (UTC)
- সমৰ্থন কৰিলোঁ। অকল কাঁহ শিল্প বুলি বেলেগ এটা প্ৰৱন্ধ হ'ব পাৰে। সেয়ে 'অসমৰ কাঁহ শিল্প'ই উপযুক্ত হ'ব।উদ্দীপতালুকদাৰ (talk) 16:33, 6 এপ্ৰিল 2012 (UTC)
স্থানান্তৰ ক’ৰা হ’ল সেয়ে| বিষ্ণু শইকীয়াবাৰ্তা 17:14, 6 এপ্ৰিল 2012 (UTC) ধন্যবাদ । নামাকৰণ আৰু পৃষ্ঠাটো সুন্দৰকৈ সজাই তোলাৰ বাবে । মই পৃষ্ঠাটোত ছবিবোৰ স্থাপন কৰিব পৰা নাছিলো । -মৌচুমী ।
অসমৰ কাঁহ শিল্প
[সম্পাদনা কৰক]অসমৰ কাঁহ শিল্প 2409:40E6:256:C144:8000:0:0:0 13:59, 16 November 2024 (ইউ.টি.চি.)
সমাজ বিজ্ঞান
[সম্পাদনা কৰক]অসমৰ কাহ শিল্প ৰ ঐতিহ্য
2409:408A:830C:5080:0:0:AF7:C0A4 15:07, 5 February 2025 (ইউ.টি.চি.)