বাৰ্তা:অসমৰ চলচ্চিত্ৰ
অৱয়ব
কিছুমান বানান ভুল চকুত পৰিছে। সেইখিনি ৰাতিলৈ ঠিক কৰি দিম। আন বস্তুত তুমি কাম কৰি থকা অৱস্থাত হাত নিদিওঁ। Gitartha.bordoloi 11:10, 6 অক্টোবৰ 2011 (UTC)
ধন্যবাদ। শুদ্ধ কৰি দিলে ভাল হব। অম্লান 12:15, 6 অক্টোবৰ 2011 (UTC) পাৰে যদি "থ্ৰিলাৰ"ৰ অসমীয়া প্ৰতিশব্দতো দি দিব।
- ১৯৮৭ চনত মুক্তিপোৱা দাৰা আহমেদ পৰিচালিত "প্রতিদান" কথাছবিৰ নামটো চকুত নপৰিল।দিলে ভাল পাম।--Dwijenmahanta 18:49, 29 নভেম্বৰ 2011 (UTC)
- অসমীয়া ৱিকিৰ ৰাজ্যিক চলচ্চিত্ৰ বটা পৃষ্ঠাত ১৯৯৯-২০০০ চনৰ শ্ৰেষ্ঠ অভিনেতা বিভাস চক্ৰৱৰ্তী , (মহাৰথী )বুলি উল্লেখ আছে।কিন্তু এই পৃষ্ঠাত 'মহাৰথী' চিনেমা খনৰ উল্লেখ নাই দেখোন !
- দ্বিজেন মহন্ত 19:00, 18 ফেব্ৰুৱাৰী 2012 (UTC) বাৰ্তা
Askar Ali
[সম্পাদনা কৰক]Askar Ali .
D O B = 12/06/1998 Askar Ali Ahmed (talk) 06:53, 6 July 2016 (ইউ.টি.চি.)