বাৰ্তা:আজান পীৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পৰিচিতি অংশত সময়ৰ কিবা খেলি মেলি এটা এছে। ১৬১০ খ্ৰীষ্টাব্দত অসমলৈ আজান ফকীৰ অহা বুলি কোৱাৰ পাছৰ শাৰীতে খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত বুলি উল্লেখ কৰা হৈছে। পাছৰটো ভুল যেন লাগিছে।উদ্দীপতালুকদাৰ (talk) 18:59, 1 ডিচেম্বৰ 2012 (UTC)