বাৰ্তা:আদ্য শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মৃত্যুৰ সময়[সম্পাদনা কৰক]

আমাৰ অসমৰ আজিৰ-বাতৰিটোত আদ্য শৰ্মাৰ মৃত্যুৰ সময় আবেলি ৫.৪০ বজা বুলি আছে। মই সেইমতে লিখি ৰাখিছোঁ। মই লিখাৰ আগতে দিনৰ প্ৰায় বাৰ বজা বুলি লিখা আছিল। তথ্য-সমল থকা কাৰণে মই ৫.৪০ টোকে ৰাখিলো।উদ্দীপতালুকদাৰ (talk) 17:59, 24 ফেব্ৰুৱাৰী 2015 (UTC)