সমললৈ যাওক

বাৰ্তা:উপেন্দ্ৰনাথ ব্ৰহ্ম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা


কিছু বিস্তাৰিত কৰা হ'ল। বিলোপনৰ টেগ সম্পৰ্কে পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হ'ল।উদ্দীপতালুকদাৰ (talk) 14:42, 12 এপ্ৰিল 2012 (UTC)

জন্ম তাৰিখৰ বিভ্ৰান্তি

[সম্পাদনা কৰক]

ইংৰাজী ৱিকিপিডিয়াৰ সংশ্লিষ্ট প্ৰৱন্ধত জন্মৰ চন ১৯৫৬ বুলি উল্লেখ আছে, আনহাতে এই প্ৰৱন্ধত উল্লেখিত তথ্য উৎসত ১৯৫৭ বুলি কোৱা হৈছে। শিৱনাথ বৰ্মনৰ জীৱনী অভিধানত ১৯৬০ বুলি আছে। কিন্তু শিৱনাথ বৰ্মনৰ কিতাপত মৃত্যু তাৰিখ আদিও ভুলকৈ থকাৰ পৰিপ্ৰেক্ষিতত সেইটোক ধৰা হোৱা নাই। সদাশয় ব্যক্তিয়ে ১৯৫৬ নে ৫৭ তাক উচিত উৎস নিৰ্দেশ কৰি শুদ্ধ কৰে যেন।উদ্দীপতালুকদাৰ (talk) 15:13, 12 এপ্ৰিল 2012 (UTC)


বঢ়িয়া, এইটো বিলোপৰ পৰা হাত সাৰিল| এটা প্ৰবন্ধৰ আপুনি মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিলে| জাননীখন আতৰাই দিম এতিয়া|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:16, 12 এপ্ৰিল 2012 (UTC)