বাৰ্তা:উৎপাদন (অৰ্থনীতি)
অৱয়ব
তথ্যসূত্ৰত পৃষ্ঠা সংখ্যা, প্ৰকাশক, বছৰ দিয়া নাই। একেটা তথ্যসূত্ৰৰ বাবে "ঐ" দিব নালাগে। প্ৰথমবাৰ ৰেফাৰেন্সটোত <nowiki><ref>ৰ ঠাইত <ref name=অমুক> লিখি দিয়ক। পিছত একেটা ৰেফাৰেন্স ব্যৱহাৰ কৰোঁতে [1] বুলি দিলেই হ'ব। উদাহৰণৰ বাবে "জয়মতী" পৃষ্ঠাখন চাওকচোন। একেকেইটা উত্সকে কেইবাবাৰো ব্যৱহাৰ কৰা হৈছে। -- গীতাৰ্থ বৰদলৈ, 01:19, 29 এপ্ৰিল 2012 (UTC)
তথ্য সুত্ৰ
[সম্পাদনা কৰক]গীতাৰ্থ, এতিয়া বুজিলো।সম্পুৰ্ণ তথ্য দিয়া হোৱা নাই।দিম অচিৰেই।
~~~~
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;অমুক
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই