সমললৈ যাওক

বাৰ্তা:কবীন ফুকন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কালি সন্ধ্যা নিউজ লাইভত পাইছিলোঁ কবীন ফুকন মৰণোত্তৰভাৱে সাহিত্য অকাডেমি লাভ কৰা তৃতীয়জন অসমীয়া সাহিত্যিক (আন দুজন কৃষ্ণকান্ত সন্দিকৈ আৰু স্নেহ দেৱী)। আজি "আমাৰ অসম"ত পালোঁ তেখেত দ্বিতীয়হে; প্ৰথমজন আছিল দেবেন্দ্ৰনাথ আচাৰ্য। সন্দিকৈ আৰু স্নেহ দেৱীৰ বাতৰিটো ঠিকেই আছে। দেবেন্দ্ৰনাথ আচাৰ্যৰ কোন চনত মৃত্যু হৈছিল ? Gitartha.bordoloi 09:38, 22 ডিচেম্বৰ 2011 (UTC)




কবীন ফুকনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক