সমললৈ যাওক

বাৰ্তা:কম্পিউটাৰ বিজ্ঞান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপোনাৰ‌ সহায় একান্ত বাঞ্ছনীয়ঃ

[সম্পাদনা কৰক]
  1. বানান বা টাইপিঙৰ‌ ভুল শুধৰ‌ণী
  2. ভাষা, ব্যাকৰ‌ণ বা তথ্যৰ‌ ভুল দেখা পালে অনুগ্রহ কৰি প্রথমে এই পৃষ্ঠাত আলোচনা কৰে যেন
  3. মই অভ্র কীবৰ্ড চফ্টওৱেৰ‌ (http://www.omicronlab.com/) ব্যৱহাৰ‌ কৰি লিখিচোঁ। আখৰ‌বোৰ‌ মোৰ‌ কম্পিউটাৰ‌ত ঠিকযেনেই দেখা গৈছে, আপোনাৰ‌ কম্পিউটাৰ‌ স্ক্রীনত ঠিক নেদেখিলে অনুগ্রহ কৰি এই পৃষ্ঠাত জনাওক, লগতে যোগ্যজনে সমাধান আগবঢ়ালে আৰু ভাল হয়।
  4. এই প্রৱন্ধৰ‌ মুল সুত্র হিচাবে ইংৰাজী উইকিপিডীয়াৰ‌ অনুৰূপ প্রৱন্ধ ব্যৱহাৰ‌ কৰা হৈছে।

Psneog ০৯:২০, ৬ May ২০০৮ (UTC)