বাৰ্তা:কিৰণ বেদী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল নামৰ মতে "কিৰণ বেদী"হে হ'ব নেকি ? Gitartha.bordoloi 21:16, 11 অক্টোবৰ 2011 (UTC)


ইংৰাজীত Kiran Bedi বুলি লিখে দেখোন, 'i' টোলৈ লক্ষ্য কৰিলে বেদিয়েই হ'ব যেন লাগে। মই অৱশ্যে পৃষ্ঠাখনৰ নামটো আন্না হাজাৰে পৃষ্ঠাখনৰ পৰা লৈছিলোঁ।--Mouchumi 18:59, 13 অক্টোবৰ 2011 (UTC)

পাঞ্জাবী নামটো চাওক। Gitartha.bordoloi 19:26, 13 অক্টোবৰ 2011 (UTC)
মোৰ বোধেৰে কিৰণ বেদীয়েই শুদ্ধ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:38, 2 জুলাই 2012 (UTC)