সমললৈ যাওক

বাৰ্তা:ক্ষীৰধৰ বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপোনাৰ কাম শেষ হ'লে ইয়াতে বাৰ্তা এটা দি দিব। তেতিয়া মই কলম (আঙুলি) চলাম। Gitartha.bordoloi 09:25, 14 ফেব্ৰুৱাৰী 2012 (UTC)


বৰ্ণাশুদ্ধি কেইটামান মোৰো চকুত পৰিছে। প্ৰণৱ


ঠিক আছে Gitartha.bordoloi
প্ৰণৱ ডাঙৰীয়া, অলপ শুদ্ধ কৰি দিব নেকি ?

দ্বিজেন মহন্ত 10:09, 14 ফেব্ৰুৱাৰী 2012 (UTC)


প্রবন্ধটো ভাল হৈছে, পাৰিলে আৰু অলপ দীঘল কৰক। মানুহজনক লগধৰি লিখিব পৰা হ'লেও বে্য়া নাছিল। প্রভাকৰ শৰ্মা নেওগ 15:03, 14 ফেব্ৰুৱাৰী 2012 (UTC)


প্রভাকৰ শৰ্মা নেওগ আপোনাৰ মন্তব্য পাই ভাল লাগিল।মই তেখেতক মানে শ্ৰীবৰুৱা চাৰক আজি দুপৰিয়া নিজে লগ ধৰি তথ্য সমুহ সংগ্ৰহ কৰিছিলো।আৰু আছে। বটা ও পুৰস্কাৰ সমুহৰ বিষয়ে লিখিবলৈ আছে।আজি গাটো মোৰ বৰ ভাল নহয়।সেয়ে সম্পূৰ্ণ কৰিব নোৱাৰিলো।দুই এদিনতে বাকি খিনি লিখিম।আপোনালোকে সহায়ৰ হাত আগবঢ়াই থাকিব মাত্ৰ। দ্বিজেন মহন্ত 16:00, 14 ফেব্ৰুৱাৰী 2012 (UTC)

ক্ষীৰধৰ বৰুৱাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক