বাৰ্তা:গুৰুপ্ৰসাদ দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দ্বীপজ্যোতি ডাঙৰীয়া/ডাঙৰীয়ানী, এই প্ৰবন্ধটিৰ তথ্য সূত্ৰত উল্লেখিত হেমন্ত কুমাৰ ভঁৰালী দেৱএহেজাৰ বছৰৰ এশগৰাকী অসমীয়া নামৰ গ্ৰন্থ খনৰ প্ৰকাশক অনন্ত হাজৰীকা, বনলতা, গুৱাহাটী-১ হৱ লাগে মোৰ ধাৰণা মতে, কাৰণ উক্ত গ্ৰন্থখনিৰ নতুন এটা কপি মোৰ হাতত বৰ্তমানে মজুত আছে, আৰু তথ্যসূত্ৰত উল্লেখিত দ্বিতীয় ভাগ বুলি এই গ্ৰন্থ খনৰ কোনো প্ৰকাশ হোৱা নাই যেন অনুমান হয়। যদি প্ৰথম ভাগ, দ্বিতীয় ভাগ বুলি থাকিলেহেতেন তেনেহলে মোৰ হাতত থকা নতুন ২০১২ চনৰ জানুৱাৰীৰ সংখ্যাটোত নিশ্চয় প্ৰথম বা দ্বিতীয় বুলি লিখা থাকিল হয়। মন কৰিব তথ্যসূত্ৰত লিখক শব্দটো লিখকৰ নামৰ আগত দিয়া হোৱা নাই।

বাৰ্তা:গুৰুপ্ৰসাদ দাস[সম্পাদনা কৰক]

নিতুল বৰা ডাঙৰীয়া, মোৰ হাতত বৰ্তমান উক্ত কিতাপখনৰ দ্বিত্বীয় খণ্ড(দ্বিতীয় প্ৰকাশ ডিচেম্বৰ,২০০২)-টো আছে, আৰু মই এই কিতাপখন বহু বছৰ আগেয়ে কিনা ৷ কিতাপখনত উল্লেখ থকা মতে প্ৰথম প্ৰকাশ হ'ল নৱেম্বৰ,২০০১ চন; দ্বিতীয় প্ৰকাশ ডিচেম্বৰ,২০০২ ৷

খুৱ সম্ভৱ কিতাপখন আগতে দুটা খণ্ডত প্ৰকাশ কৰা হৈছিল। পাছলৈ একেটা খণ্ডতে প্ৰকাশ কৰা হৈছে। মোৰ হাতত কিতাপখন নাই। কিন্তু গ্ৰন্থমেলাত এনেকৈ দেখা মনত আছে। গতিকে, আপোনালোক দুজনৰেই ঠিকে আছে। যাৰ হাতত যিখন আছে, সেইখনৰ মতে লিখিলেই হ'ল। যদি আছে, ISBN নম্বৰটো উল্লেখ কৰিব পাৰে। তেতিয়া বুজা যাব।উদ্দীপতালুকদাৰ (talk) 15:56, 11 জুলাই 2012 (UTC)
ধন্যবাদ উদ্দীপ ককাইদেউ। আপোনাৰ কথাটো হৱ পাৰে। ঠিক আছে তেনেহলে বাৰু আপুনি কোৱাৰ দৰেই কৰিম। আচলতে কথাটো মোৰ চকুত পৰাৰ কাৰণ এটা আছে। ইতিমধ্যে সেই কিতাপ খনৰ সহায় লৈ মই ৱিকিপিডিয়াত বহু কেইটা প্ৰবন্ধ লিখি তাত তথ্যসূত্ৰ মোৰ খনত থকা দৰেই দিছো। গতিকে কেনেবাকৈ যদি দুয়োখনৰ মাজত পাৰ্থক্য পাঠক সমাজে পাই, তেনেহলে কথাটো বেয়া হৱ ভাবিহে কলো। নিতুল বৰা (talk)
নিতুল বৰা, নিজৰ হাতত থকা সমলেৰে তথ্যখিনি উল্লেখ কৰিলে চিন্তা কৰিবলগীয়া নাই। কেতিয়াবা দুটা বেলেগ সংস্কৰণত কিছূমান কথাত পাৰ্থক্য থাকিবও পাৰে। সেইটোৰ কাৰণে ভয় কৰিবলগীয়া নাই।উদ্দীপতালুকদাৰ (talk) 20:47, 11 জুলাই 2012 (UTC)