বাৰ্তা:চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চম্পানেৰ-পাৱাগড় প্ৰত্নক্ষেত্ৰ প্ৰবন্ধটোৰ শিৰোনাম ইংৰাজী আৰু হিন্দীত এনেকৈ লিখা হয়- Champaner-Pavagadh Archaeological Park, चंपानेर-पावागढ़ पुरातत्व उद्यान। বাংলাত ৱ আখৰটো নাই বাবে পাৱাগড়টো পাওয়াগড় বুলি লিখে। এই প্ৰবন্ধটোৰ কথাখিনি বাংলাৰ পৰা অনুবাদ কৰা হৈছে বাবে অসমীয়াতো পাওৱাগড় বুলি লিখিছে। তথাপি এতিয়াও শিৰোনামটো শুদ্ধ হোৱা নাই। আচলতে হব লাগিছিল চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান। প্ৰত্নতত্বতকৈ পুৰাতত্বহে বেছি অসমীয়া শব্দ। Park কেনেকৈ ক্ষেত্ৰ হ'ল?

বাবুল বৈশ্য 05:09, 14 জানুৱাৰী 2013 (UTC)

কৰা হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 06:24, 14 জানুৱাৰী 2013 (UTC)