সমললৈ যাওক

বাৰ্তা:চাৰ্লি চেপলিন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰবন্ধটোত চাৰ্লি চেপলিনৰ মাতৃৰ নাম হান্ন বুলি উল্লেখ আছে। কিন্তু অবিনাশ কিশোৰ মহন্ত ডাঙৰীয়াই লিখা প্ৰবন্ধ ,২৫ ডিচেম্বৰ,২০১১ তাৰিখৰ দেওবৰীয়া খৱৰত চাৰ্লি চেপলিনৰ মাতৃৰ নাম আন্ন বুলিহে উল্লেখ আছে। গতিকে কোনটো নাম শুদ্ধ সেইটো নিশ্চিত কৰিবলৈ অনুৰুধ জনালো।

চাৰ্লি চেপলিনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক