বাৰ্তা:চুপুংমুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

শাসনকাল[সম্পাদনা কৰক]

চুপুংমুংৰ শাসনকাল ১৬৬৩-১৬৭০ নে ১৬৬৩-১৬৬৯ ? অনলাইন উদ্ধৃতিসমূহ চাবাচোন| নিশ্চিত কৰিবলৈ অনুৰোধ জনালো| বিষ্ণু শইকীয়া 13:48, 25 মাৰ্চ 2013 (UTC)

প্ৰৱন্ধটোত উদ্ধৃতি দিয়া 'অসম দেশৰ বুৰঞ্জী' আৰু 'লাচিত বৰফুকন'ত চক্ৰধ্বজ সিংহৰ ৰাজত্বকাল ১৬৬৩-১৬৭০ চন বুলি আছে। দুয়োখন কিতাপৰ মতে তেওঁৰ মৃত্যু ১৬৭০ খৃঃৰ এপ্ৰিলত। 'টাই সংস্কৃতিৰ ৰূপৰেখা'ৰ মতে পৰৱৰ্তী ৰজা চুন্যতফাৰ ৰাজত্বকাল ১৬৭০ খৃঃৰপৰা আৰম্ভ হৈছে। অনলাইন সংযোগবোৰ এতিয়াহে চালো। কি কৰোঁ বাৰু?নিয়ৰপৰশ (talk) 14:23, 25 মাৰ্চ 2013 (UTC)
এনেক্ষেত্ৰত ৰাজত্বকালৰ কাষত সৰুকৈ "আলোচনা পৃষ্ঠা চাওক" বুলি প্ৰবন্ধত লিখি থলেই ভাল হ’ব| বিষ্ণু শইকীয়া 15:07, 25 মাৰ্চ 2013 (UTC)