বাৰ্তা:জণ্ডিছ
বিষয় যোগ কৰকঅৱয়ব
কেৰ'টিনিমিয়া অংশ ইয়াৰপৰা আঁতৰাই বেলেগ এটা প্ৰৱন্ধ কৰিব লাগে। চমু প্ৰৱন্ধ হ'ব। কিন্তু বেলেগে থকা উচিত। উদ্দীপতালুকদাৰ (talk) 16:42, 7 মাৰ্চ 2012 (UTC)
- সেইটোৱেই ঠিক হ’ব যেন পাইছো| গতিকে কেৰ'টিনিমিয়া নামে এটা প্ৰবন্ধটোৰ সৃষ্টি কৰিব পাৰে| ভূপেন্দ্ৰ শইকীয়াদা অনভিজ্ঞ, তেওঁ আলোচনালৈ নাহে চাগে| আপুনি যি ভাল দেখে কৰিব| বিষ্ণু শইকীয়া বাৰ্তা 16:54, 7 মাৰ্চ 2012 (UTC)
জণ্ডিছৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন জণ্ডিছক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।