বাৰ্তা:জেতুকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জেতুকাৰে নক্সা অঁকা ফটো এখন লাগিছিল।

জেতুকা আৰু মেহেন্দী[সম্পাদনা কৰক]

জেতুকা আৰু মেহেন্দী দুয়োটা প্ৰায় একেই হ'লেও, লগোৱা পদ্ধতি আৰু নক্সাৰ বিভিন্নতা আছে। জেতুকাৰে মেহেন্দীৰ দৰে সূক্ষ্ম নক্সা আঁকিব নোৱাৰি। সেয়ে জেতুকাৰ নক্সাবিলাক অলপ coarse হয়। সংলগ্ন ফটোত থকা জেতুকা বোলৰ ছবিখিনি মূলতঃ মেহেন্দীৰ হে। গতিকে সেইখন ছবি গুচোৱা ভাল হ'ব নেকি? উদ্দীপতালুকদাৰ 12:57, 12 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকিপিডিয়া নীতিত আছেই দেখোন "Be Bold"; এনেবোৰ ভুল দেখিলে আলোচনা কৰি থাকিবৰ প্ৰয়োজন নাই| শুদ্ধৰাই দিব আকৌ| আপোনাৰ কথাটো মোৰ মতেওঁ সত্য, সেয়ে কামটো আপুনিয়েই Bold হৈ সমাধা কৰিব| কিছুমান সৰু সৰু কথাত আলোচনা নকৰিলেওঁ চলি যায়|

বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:35, 12 ফেব্ৰুৱাৰী 2012 (UTC)

জেতুকাৰ বৈজ্ঞানিক নাম[সম্পাদনা কৰক]

জেতুকাৰ বৈজ্ঞানিক নাম টো লাগিছিল প্রভাকৰ শৰ্মা নেওগ 19:32, 12 ফেব্ৰুৱাৰী 2012 (UTC)