বাৰ্তা:টাইটানিক (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

টাইটানিকৰ বাবে এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাখনৰ প্ৰ্য়োজন আছিল জানো? কিয়নো এটা নামেৰে মাত্ৰ দুটা প্ৰবন্ধ হোৱাৰ অৱকাশ থাকিলে {{Distinguish}} বা {{about}} ৰে কামটো চলাব লাগে|

যেনে: {{About|প্ৰবন্ধৰ প্ৰকাৰ|প্ৰথম প্ৰবন্ধ|দ্বীতিয় প্ৰবন্ধ}}

সেয়ে, এই পৃষ্ঠাটো ম‍ই বিলোপ কৰাৰ বাবে আলোচনা কৰাৰ প্ৰস্তাৱৰ লগতে এনে প্ৰবন্ধৰ ক্ষেত্ৰত এইটো নিয়ম বান্ধি দিয়াটো পছন্দ কৰো| আপোনালোকৰ অভিমত ব্যক্ত কৰিব| ইংৰাজীখনত অৱশ্যে দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাখন আছে, কিন্তু আমাৰ ৱিকিত ইয়াৰ সহজে প্ৰয়োজন নহব যেন অনুভৱ হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:31, 11 জুন 2012 (UTC)

কথাটো হয় বাৰু, মাত্ৰ দূটা হ’লে এনেদৰে চলাব পাৰি, কিন্তু কোনো সুনিৰ্দিষ্ট নিয়ম নথকা বাবে (ম‍ই ভালকৈ ভাবি নাচাই) ম‍ই সৃষ্টি কৰিছিলো পৃষ্ঠাটো, দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাৰ বাবে দুই এটা নিয়ম বনাই ল’লে বেয়া নহ’ব সচাই দীপাংকৰ চেতিয়া বাৰ্তা 14:12, 12 জুন 2012 (UTC)

ধন্যবাদ দিপাংকৰ, শ্ৰেণী বাৰ্তা:দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা‎ত এই খিনি কথাই লিখি থৈছো| আৰু কিবা নিয়ম দেখা পালে তাতেই আলোচনা কৰিবাচোন| আগলৈ সুবিধা হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:53, 12 জুন 2012 (UTC)