বাৰ্তা:টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নয়ন, কিছুদিন আগতে আলোচনামৰ্মে অসমীয়া ৱিকিত দা (the) টো দ্য হিচাপে লিখা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল| সেই মৰ্মে এই পৄষ্ঠাৰ নাম "টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ" বুলি লিখিলে ভাল হয়| ইয়াত আৰু এটা সমস্যা দেখিছো অৱশ্যে... ষ্ট'ৰি নে ষ্ট’ৰী , অফ নে অৱ, মেৰেজ নে মেৰিজ ??? ৱিকিত of শব্দটো ক’ৰবাত ”ৰবাত অৱ বুলিও লিখা দেখা পাইছো| যি উচিত আৰু শুদ্ধ দেখা সেইটোকে কৰিবা| বিষ্ণু শইকীয়া 12:50, 22 নৱেম্বৰ 2012 (UTC)