বাৰ্তা:তাৰাবিহ আৰু তাহাজ্জুদ নামাজৰ পাৰ্থক্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

  1. তাৰাবিহ_আৰু_তাহাজ্জুদ_নামাজৰ_পাৰ্থক্য :-

1/ তাৰাবিহ নামাজ কেৱলমাত্ৰ ৰমজানত আদায় কৰা হয় কিন্তু তাহাজ্জুদ নামাজ গোটেই বছৰ আদায় কৰা হয় ।

2/ প্ৰায় সকলো মুহাদ্দিছ সকলে তাৰাবিহ আৰু তাহাজ্জুদৰ দুটা ভন্ন অধ্যায় উল্লেখ কৰিছে ইয়াৰ দ্বাৰা বুজা যায় মুহাদ্দিছ সকলোৰ দৃষ্টিত তাৰাবিহ আৰু তাহাজ্জুদ ভিন্ন নামাজ ।

3/ তাৰাবিহ নামাজ টোপনি যোৱাৰ আগত আদায় কৰা হয় কিন্তু তাহাজ্জুদ নামাজ ৰাতিৰ বিভিন্ন সময়ত আদায় কৰা হয় যদিওঁ সাধাৰণত ৰাতিৰ শেষৰফালে আদায় কৰা হয় |

4/ তাহাজ্জুদ নামাজ কোৰআন দ্বাৰা প্ৰমানিত (ছুৰা ইশ্বাৰা ) কিন্তু তাৰাবিহ নামাজ হাদীছ দ্বাৰা প্ৰমানিত |  (মুছুন্নাফে ইবনে আবী শাইবা, হাদীছ নং ৭৭৭৪)